PropertyValue
?:author
?:datePublished
  • 2021-12-10 (xsd:date)
?:headline
  • Fact Check: অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰোৱা নাই, অসমীয়া Language Paper হে আঁতৰোৱা হৈছে; ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ (bn)
?:inLanguage
?:itemReviewed
?:reviewBody
  • বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দৰাচলতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা আঁতৰোৱা হোৱা নাই। বৰঞ্চ অহা বছৰৰ পৰা অসমীয়া ভাষাত প্ৰশ্নকাকত উপলব্ধ হোৱাৰ উপৰি অসমীয়া ভাষাতে উত্তৰ লিখাৰো ব্যৱস্থাহে কৰা হৈছে। অৱশ্যে অসমীয়া আৰু ইংৰাজী Language Paper দুখন পৰীক্ষা ব্যৱস্থাৰ পৰা আঁতৰোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ। (bn)
?:reviewRating
rdf:type
?:url