PropertyValue
?:author
?:datePublished
  • 2021-11-11 (xsd:date)
?:headline
  • Fact Check: অসমৰ নামঘৰীয়া আৰু পূজাৰীলৈ ৰাজ্য চৰকাৰে মাহেকত ১৫০০০ কৈ দৰমহা দিব বুলি ভাইৰেল বাতৰি বিভ্ৰান্তিকৰ (bn)
?:inLanguage
?:itemReviewed
?:reviewBody
  • বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে পূজাৰী আৰু নামঘৰীয়াসকলক মাহেকীয়া ধন দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ১৫০০০ টকাৰ এককালীন সাহায্যহে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ। (bn)
?:reviewRating
rdf:type
?:url