PropertyValue
?:author
?:datePublished
  • 2021-01-01 (xsd:date)
?:headline
  • Fact Check: এয়া ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনৰ ছবি, বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে নিৰ্মাণ কৰা মছজিদৰ নহয় (bn)
?:inLanguage
?:itemReviewed
?:reviewBody
  • উপসংহাৰ – Vishvas News ৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল পোষ্টটোত দেখা অট্টালিকাটো প্ৰকৃততে কোনো মছজিদ নহয়, বৰঞ্চ ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনহে। অৱশ্যে এই কথা সত্য যে বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে বাংলাদেশত এটা মছজিদ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল, পিছে এই অট্টালিকা সেই মছজিদ নহয়। (bn)
?:reviewRating
rdf:type
?:url